Pramod Boro slams Hagrama: লাহে লাহে হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যত শেষ হৈ যাব; প্ৰমোদ বড়ো

By

Published : Mar 22, 2023, 9:40 PM IST

thumbnail

ৰঙিয়া, 22 মাৰ্চ: সমাগত 2024 চনৰ লোকসভা নিৰ্বাচন (Lok Sabha election 2024) ৷ ইয়াৰ মাজতে বড়োভূমিত প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ মাজত অব্যাহত আছে বাকযুদ্ধ ৷ এইবাৰ হাগ্ৰামা মহিলাৰীৰ ওপৰত ভৱিষ্যদ্বাণী প্ৰমোদ বড়োৰ (BTC CEM Pramod Boro) ৷ প্ৰমোদ বড়োৰ মতে কোনো কাৰণতে সপোন পূৰণ নহয় হাগ্ৰামা মহিলাৰীৰ ৷ লাহে লাহে শেষ হৈ যাব হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক জীৱন ৷ বৰ্তমানৰ চিন্তা ধাৰাৰ লগত হাগ্ৰামা মহিলাৰীৰ ৰাজনীতি নিমিলে বুলিও মন্তব্য প্ৰমোদ বড়োৰ (Pramod Boro slams Hagrama Mohilary) ৷  

লগতে অভিযোগ উত্থাপন কৰি প্ৰমোদ বড়োৱে কয়, ‘‘মই ছাত্ৰ সংগঠনত থকা অৱস্থাত তেখেতে আক্ৰমণ কৰিছিল আৰু বৰ্তমানেও কৰি আছে ৷ 17 বছৰ কেৱল ক্ষমতা আৰু টকাৰ বাবেই ৰাজনীতি কৰিলে হাগ্ৰামাই (Bodoland politics) ৷’’

লগতে পঢ়ক: APSC Scam: APSC কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত ন্যায়িক আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰা নাই মন্ত্ৰীসভাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.