Wish for Zubeen speedy recovery: জুবিন গাৰ্গৰ দ্ৰুত আৰোগ্য কামনা বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ

By

Published : Jul 20, 2022, 6:55 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail
হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ অসুস্থ (Zubeen Garg Hospitalised)। জুবিন গাৰ্গৰ দ্ৰুত আৰোগ্যৰ বাবে যিদৰে অসমৰ বিভিন্ন প্ৰান্তত জুবিন অনুৰাগীসকলে প্ৰাৰ্থনা কৰিছে একেদৰে চিৰাঙতো কৰা হৈছে জুবিনৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা (Prayers for Zubeen Garg)। বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো(BTC CEM Pramod Boro) চিৰাঙত উপস্থিত হৈ জুবিন গাৰ্গৰ আশু আৰোগ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.