Bokakhat Hospital Electricity Crisis, বিদ্যুতৰ অভাৱত মোবাইল ফোনৰ পোহৰতে চিকিৎসা - Swahid Kamala Miri Civil Hospital
🎬 Watch Now: Feature Video

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ চৰকাৰী চিকিৎসালয়ৰ নিশাৰ ভয়ংকৰ দৃশ্য । আপদকালীন ৰোগীক মোবাইল ফোনৰ পোহৰত চিকিৎসা প্ৰদান চিকিৎসক-নাৰ্ছৰ (Doctor treats patient using cell phone flash light at Bokakhat) । বোকাখাত মহকুমা ছহীদ কমলা মিৰি আদৰ্শ চিকিৎসালয়ত(Swahid Kamala Miri Civil Hospital) নিশা নাথাকে বিদ্যুৎ । জৰুৰীকালীন কক্ষত ৰাতি চিকিৎসক-সহায়িকাৰ মোবাইল ফোনৰ পোহৰত চিকিৎসা প্ৰদান কৰে চিকিৎসক- নাৰ্চে । নাই জেনেৰেটৰৰ সুব্যৱস্থা ।
Last Updated : Feb 3, 2023, 8:26 PM IST