টীয়কত উলহ মালহেৰে উদযাপিত বিশ্বকৰ্মা পূজা - Biswakarma puja celebrated in Teok
🎬 Watch Now: Feature Video
আজি বিশ্বৰ খনিকৰ বিশ্বকৰ্মাৰ পূজা(Vishwakarma Puja 2022) । সমগ্ৰ অসমৰ লগতে টীয়কৰ বিভিন্ন স্থানটো বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিছে(Vishwakarma Puja celebrated in Teok) । টীয়ক ৰাজ্যিক বাছ আস্থানৰ সন্মুখত পূৱ যোৰহাট ট্ৰাক মালিক সন্থাৰ সৌজন্যত উদযাপন কৰা হৈছে বিশ্বকৰ্মাৰ পূজাৰ ৷ টীয়কৰ শিক্ষিত নিবনুৱাসকলে নিজৰ ব্যৱসায়ৰ উন্নতি কামনা কৰি বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰায় ৫০০ ৰো অধিক পৰিয়াল জড়িত এই সন্থাৰ সৈতে৷ দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজাৰ । নিজৰ ব্যৱসায়িক লাভালাভৰ সমান্তৰালকৈ সামাজিক দ্বায়িত্ব পালন কৰি সমাজৰ হকে বিভিন্ন কাম কাজ কৰি যোৱাৰ সংকল্প লৈছে এইসকল ব্যৱসায়ীসকলে ।
Last Updated : Feb 3, 2023, 8:28 PM IST