Bhaona performed in Kalakshetra: কলাক্ষেত্ৰত মহিলাৰ দ্বাৰা ভাওনা প্ৰদৰ্শন - কলাক্ষেত্ৰত মহিলাৰ দ্বাৰা ভাওনা প্ৰদৰ্শন
🎬 Watch Now: Feature Video

বৃহত্তৰ গুৱাহাটী মহিলামঞ্চ সাংস্কৃতিক সংস্থাৰ উদ্যোগত আৰু অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড৹ বাণীকান্ত কাকতি প্রেক্ষাগৃহত মহিলাৰ দ্বাৰা পৰিৱেশিত "দানবীৰ ৰজা হৰিশ্চন্দ্ৰ" শীৰ্ষক এখনি ভাওনা মঞ্চস্থ কৰা হয়(Bhaona performed by women in Kalakshetra) । শিৱসাগৰৰ, বেতবাৰী পুণ্ডৰীকাক্ষ মহিলা নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা ভাওনাখনৰ পৰিচালনা কৰে বাস্তব মিণ্টু গগৈয়ে (Bhauna at Kalakshetra) । ভাওনাখনিৰ শুভ উদ্বোধন কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া, বিশিষ্ট সংগীত শিল্পী মণিষা হাজৰিকাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।
Last Updated : Feb 3, 2023, 8:37 PM IST