Bhaona Performed by Women: কলিয়াবৰত মহিলাৰ ভাওনা পৰিৱেশন - কলিয়াবৰৰ হাতীগাঁৱৰ মাহিলাসকলে
🎬 Watch Now: Feature Video

শৰতৰ অমিয়া নিশাতে গুৰুজনাৰ অমৰ সৃষ্টি ৰাম বিজয় নাটভাগ পৰিৱেশন কৰিলে কলিয়াবৰৰ হাতীগাঁৱৰ মাহিলাসকলে (Bhaona Performed by Women)৷ ৰাম বিজয় নাটখনক লৈ হাতীগাঁৱৰ মহিলাসকলে ভাওনা খলাত এক উখল মাখল পৰিবেশ সৃষ্টি কৰে (Bhaona Performed by Women at Kaliabor)৷ কোনোৱে যদি হাতত ধনু লৈ ৰাম ৰূপে নাচিছে কোনোৱে হাতত পৰশু লৈ পৰশুৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৷ আকৌ কোনোৱে ভগৱান ৰামক অস্ত্ৰ শিক্ষাৰে নিপুণ কৰিছে ৷ সীতা সয়ম্বৰ সভাত হৰধনুত গুণ লগাবলৈ ৰজাৰ হেতা-ওপৰা ৷ মুঠতে এই ভাওনাখনত মহিলাসকলে পুৰুষৰ চৰিত্ৰসমূহ সুন্দৰভাৱে ৰূপায়ণত সফল হয় ৷
Last Updated : Feb 3, 2023, 8:33 PM IST