Bajrang Dal Protest: শম্ভূ কৈৰীৰ হত্যাকাৰীক ফাঁচিৰ দাবীৰে অভয়াপুৰীত বজৰং দলৰ প্ৰতিবাদ

By

Published : Jan 11, 2023, 10:20 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

কৰিমগঞ্জত বজৰং দলৰ 16 বছৰীয়া কৰ্মী শম্ভূ কৈৰীৰ হত্যাকাণ্ডক লৈ(Assam Bajrang Dal activists killed) ৰাজ্যৰ বিভিন্ন স্থানত বজৰং দলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ বঙাইগাওঁ জিলাৰ অভয়াপুৰীতো বজৰং দলে বিশাল ৰেলীৰে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ(Bajrang Dal protest at Abhayapuri) ৷ শম্ভূ কৈৰীৰ হত্যাকাৰী চেলিম উদ্দিনক ফাঁচিৰ দাবী প্ৰতিবাদকাৰীৰ ৷ উল্লেখ্য যে, বজৰং দলৰ প্ৰশিক্ষণ শিবিৰৰ পৰা ঘৰলৈ উভতাৰ পথতে চোকা অস্ত্ৰৰে হানি চেলিম উদ্দিনে হত্যা কৰিছিল শম্ভূ কৈৰীক ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.