Baby elephant body rescued: চাহ বাগিচাৰ নলাত হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ

By

Published : Oct 14, 2022, 8:38 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
ৰঙাপৰাত বৃহস্পতিবাৰে এটা বনৰীয়া হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Baby elephant body rescued) ৷ ৰঙাপৰা চাহ বাগিচাৰ দ' নলাত পৰি প্ৰায় ৬ দিন পূৰ্বে বনৰীয়া হাতী পোৱালিটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে (Forest department rescued elepahant body)৷ স্থানীয় লোকে বন বিভাগক অৱগত কৰাৰ পিছতেই আমাৰবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী উপস্থিত হৈ ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ ৬ নং চেকচেনৰ দ নলাৰ পৰা হাতীৰ পোৱালিটো মৃতদেহ উদ্ধাৰ কৰিবলৈ হয় ৷ উল্লেখ্য যে প্ৰতিবছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা চাহ বাগিচাৰ মাজত থকা দ নলাত পৰি বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যুৰ লগতে ডাঙৰ হাতীও আবদ্ধ হোৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে ৷ এনে নলাত পৰি বনৰীয়া হাতীৰ পোৱালি আৱদ্ধ হৈ আৰ্তনাদ কৰাৰ দৰে ঘটনাও বিভিন্ন সময়ত আমি দেখি আহিছো (Baby elephant body rescued at Rangapara) ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.