thumbnail

By

Published : Oct 10, 2022, 7:16 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

কলিয়াবৰত হিমা দাস: অসমৰ ফুটবল খেলুৱৈক লৈ আশাবাদী ধিং এক্সপ্ৰেছ

কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেল পথাৰত হিমা দাস (Hima Das at kaliabor)৷ খেলপথাৰখনত আজাদ ক্লাৱৰ উদ্যোগত চলি থকা প্ৰয়াত ৰাতুল মহন্ত সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ প্ৰাক-মূহুৰ্তত উপস্থিত হয় দৌৰবিদগৰাকী (Football tournament at Kaliabor) ৷ উক্ত কাৰ্যসূচীত ধিং এক্সপ্ৰেছ অৰ্জুন হিমা দাসক কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানৰ তৰফৰ অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয় । সভাত মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে (Minister Keshab Mahanta)। অসমৰ গ্ৰাম্য ক্ৰীড়া জগতৰ উন্নতিৰ বাবে এনেধৰণৰ প্ৰতিযোগিতাই যথেষ্ট প্ৰেৰণা যোগাব বুলি আন্তঃৰাষ্ট্ৰীয় দৌৰবিদগৰাকীয়ে মন্তব্য কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.