thumbnail

1st Magh: পহিলা মাঘত ৰাজ্যৰ নামঘৰ-মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ

By

Published : Jan 16, 2023, 3:31 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আজি পহিলা মাঘ(1st Magh) ৷ পুৱাৰে পৰা ৰাজ্যৰ মঠ-মন্দিৰসমূহত ভিৰ কৰিছেহি অসংখ্য ভক্তপ্ৰাণ ৰাইজে(Offering prayer in Mandir) ৷ নিজৰ লগতে আপোনজন আৰু পৰিয়ালৰ মংগল কামনাৰে মন্দিৰ, নামঘৰত চাকি-বন্তি জ্বলাই সেৱা আগবঢ়াইছে ৰাইজে ৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঘোৰহাটৰ দক্ষিণ প্ৰান্তত থকা গৰখীয়া দৌলতো(Jorhat Gorokhiya Dol) অনুৰূপ পৰিৱেশ ৷ সমাজৰ পৰা অসূয়া-অশান্তি দূৰ কৰাৰ কামনা কৰি ভক্তপ্ৰাণ ৰাইজে আগবঢ়াইছে সেৱা ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.