গুৱাহাটীত তিনিটা ৰোমান্টিক গীতৰ ভিডিঅ’ এলবাম মুকলি - গুৱাহাটীত তিনিটা ৰোমান্টিক গীতৰ ভিডিঅ’ এলবাম মুকলি

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 16, 2022, 12:52 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

গুৱাহাটীত শনিবাৰে মুক্তি লাভ কৰে তিনিটাকৈ অসমীয়া ভিডিঅ’ গীতে(Assamese video song 2022) । বিশিষ্ট পৰিচালক পাপলু দাসৰ পৰিচালনাত নিৰ্মিত ভিডিঅ’টোৰ 'দুৰু দুৰু' গীতটোত কণ্ঠদান কৰিছে প্ৰেৰণা দত্ত আৰু মনচুনে ৷ আনহাতে 'তুমি মোৰ হোৱা গীতটিত কণ্ঠদান কৰিছে বিশাল দাৰফাঙে আৰু 'নিলাজী দাপোন' গীতটিত কণ্ঠ নিগৰাইছে জিতেন্দ্ৰ জিতে । গীতকেইটাত অভিনয় কৰিছে নৱাগত বিবেক, জেচিকা প্ৰিয়ম, জুবিস্মিতা, নিৰূপণ আৰু জ্যোতিস্মিতা কাশ্যপে ৷ সাংস্কৃতিক জগতৰ কেইবগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গুৱাহাটীত মুক্তি দিয়া হয় ভিডিঅ’ গীতকেইটা ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.