thumbnail

By

Published : Dec 24, 2022, 3:19 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Zoo at Tingkhong: টিংখাঙত ২৫০ কোটি টকাৰে নিৰ্মাণ হ’ব চিৰিয়াখানা : মুখ্যমন্ত্ৰী

‘‘ডিব্ৰুগড় জিলাৰ টিংখাঙত ২৫০ কোটি টকাৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব চিৰিয়াখানা (Zoo will construct at Tingkhong) ৷ টিংখাং বিধানসভা সমষ্টিৰ চৰাই হাবিত নিৰ্মাণ কৰা হ'ব এই চিৰিয়াখানা । এই চিৰিয়াখানা নিৰ্মাণৰ বাবে বন বিভাগে ইতিমধ্যে ভূমি নিৰ্ধাৰণ কৰাৰ কাম আৰম্ভ কৰিছে ৷ টিংখাঙত চিৰিয়াখানা নিৰ্মাণৰ সিদ্ধান্ত বাস্তৱত পৰিণত হ’লে উজনিৰ ৰাইজে গুৱাহাটীলৈ নোযোৱাকৈয়ে চাবলৈ পাব চিৰিয়াখানা ।’’ উল্লেখ্য যে, শনিবাৰে ডিব্ৰুগড়ৰ টিংখাঙৰ কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হয় বিকাশৰ বাবে এটা পষেক শীৰ্ষক এক অনুষ্ঠান ৷ টিংখাঙত আয়োজিত হোৱা এই অনুষ্ঠানৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিয়েই চিৰিয়াখানাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড‌৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM in Dibrugarh) ৷ লগতে এই অনুষ্ঠানৰ পৰাই ডিব্ৰুগড়বাসীৰ বাবে প্ৰায় ১০০০ কোটি টকীয়া প্ৰকল্পৰ শিলান্যাস উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM laid foundation stones and inaugurated projects in Dibrugarh) ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.