thumbnail

By

Published : Jan 5, 2023, 8:29 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Assam CM Bhumipujan at Khanapara : খানাপাৰাত ৫০০০ আসনযুক্ত আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ ভূমি পূজন

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীত কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷ লগতে বহুকেইটা প্ৰকল্পৰ ভূমি পূজনো কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰে অংশ হিচাবে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই খানাপাৰাত উপস্থিত হৈ ৫০০০ আসনযুক্ত আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ ভূমি পূজন কৰে (Assam CM Bhumipujan of 5000 capacity international auditorium at Khanapara) । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ১৮৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই বৃহৎ প্ৰকল্পটো (Guwahati to get high class auditorium at Khanapara) ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.