Arunoday Scheme Scam: ৰঙিয়াত অৰুণোদয় বঞ্চিত মহিলাৰ প্ৰতিবাদ - deprive from Arunoday scheme in Rangia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 30, 2023, 3:46 PM IST

ৰঙিয়া, ৩০ এপ্ৰিল : ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিষ্ণুপুৰ বালিসত্ৰ গাঁও পঞ্চায়তত অৰুণোদয়ৰ পৰা বঞ্চিত দৰিদ্ৰ আৰু বিশেষভাৱে সক্ষম মহিলাৰ তীব্ৰ প্ৰতিবাদ (Assam govt Arunoday scheme) । অৰুণোদয়ৰ পৰা বঞ্চিত মহিলাই নিজৰ দৰিদ্ৰতাৰ কথা কৈ উচুপি উঠে (Deprive from Arunoday scheme in Rangia) ।

পঞ্চায়তটোত দৰিদ্ৰ মহিলাক বঞ্চিত কৰি পঞ্চায়ত প্ৰতিনিধি, বিজেপি উত্তৰ হাজো মহিলা মৰ্চাৰ সভানেত্ৰীয়ে অৰুণোদয় লোৱাৰ তথ্য উদঙালে ক্ষোভিত মহিলাসকলে । সভানেত্ৰী দিপ্তী দাস, উত্তৰ হাজো মহিলা মৰ্চাৰ সভানেত্ৰী বিজয়া দাসৰ অৰুণোদয় অনুমোদন তালিকাত নাম দেখি চৰকাৰক ধিক্কাৰ আঁচনিখনৰ পৰা বঞ্চিত দৰিদ্ৰ তথা বিশেষভাৱে সক্ষম মহিলাসকলৰ (Protest against scam in Arunoday scheme) ।

এনে দুৰ্নীতিৰ ন্যায় বিচাৰি শীঘ্ৰে মুখ্যমন্ত্ৰীৰ ওচৰলৈ যোৱাৰ হুংকাৰ বঞ্চিত মহিলাসকলৰ । এতিয়া প্ৰশ্ন হৈছে, এই দৰিদ্ৰ মহিলাসকলক অৰুণোদয় আঁচনি প্ৰদান কৰিবনে চৰকাৰে ? পঞ্চায়ত প্ৰতিনিধি আৰু ধনী পৰিয়ালৰ মহিলাই অৰুণোদয় লাভ কৰা ঘটনাৰ তদন্ত হ'বনে ?

লগতে পঢ়ক : Two Kids of Tingkhong: টিংখাঙৰ দুৰ্ভগীয়া ভাতৃ-ভগ্নীৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.