thumbnail

By

Published : Jan 12, 2023, 1:56 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

AJYCP General Secretary felicities : অসমৰ প্ৰতিঘৰৰ পৰা এজনকৈ হ’লেও লোক AJYCP ত অন্তৰ্ভুক্ত হ’ব

"মোৰ প্ৰথম পৰিকল্পনাই হৈছে শদিয়াৰ পৰা ধুবুৰীলৈ অসম যুৱ ছাত্ৰ পৰিষদৰ যি সাগঠনিক ভেটি তাক সুদৃঢ় কৰা ৷ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত আমি ৰাজপথৰ আন্দোলনৰ লগতে উচ্চতম ন্যায়ালয়ৰ কাষো চাপিছো ৷" ধেমাজিত উপস্থিত হৈ এইদৰে মন্তব্য প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱ নিবাচিত সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে (General Secretary Ratul Borgohain) ৷ উল্লেখ্য যে সদ্য সমাপ্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শদিয়া অধিৱেশনত সাধাৰণ সম্পাদক হিচাপে ৰাতুল বৰগোহাঁই, উপ সভাপতি দেৱজিত দাস আৰু নিল গগৈয়ে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত নিৰ্বাচিত হয় ৷ ইয়াৰ পিছতে বুধবাৰে সন্ধিয়া ধেমাজিত সদৰত এক সম্বধৰ্না অনুষ্ঠান আয়োজন কৰা হৈছিল (Ratul Borgohain warm welcome in Dhemaji) ৷ অনুষ্ঠানত ধেমাজিৰ বিভিন্ন দল সংগঠনৰ কৰ্মকতাসকল উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.