thumbnail

By

Published : May 17, 2023, 8:40 PM IST

ETV Bharat / Videos

SI Junmoni Rabha death: জোনমণি ৰাভাৰ মৃত্যু আব্দুল খালেকৰ প্ৰতিক্ৰিয়া

বৰপেটা,১৭ মে': জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে (Abdul Khaleque reaction to Jonmani Rabha death) । কলগাছিয়াত উপস্থিত হৈ সাংসদ খালেকে কয় যে, জোনমণি ৰাভাৰ মৃত্যু নে হত্যা সেই কথা ন্যায়িক তদন্তত হে প্ৰকাশ হ'ব । যেতিয়ালৈকে এটা উচ্চস্তৰীয় ন্যায়িক তদন্ত নহয়, তেতিয়ালৈকে তেওঁৰ মৃত্যু হ'ল সেই কথা কোৱা টান হ'ব ।  

লগতে তেওঁ কয় যে, মৃত ব্যক্তিৰ বিৰুদ্ধে বেয়াকৈ কোৱাতো, মৃত ব্যাক্তিৰ চৰিত্ৰ হনন কৰাতো,আমাৰ সভ্যতা সংস্কৃতি নহয় (SI Junmoni Rabha death) । ইয়াৰোপৰিও জোনমণি ৰাভাই শাসক পক্ষৰ বহু কথাই পালন কৰা নাছিল বুলি উল্লেখ কৰি শাসক পক্ষৰ বহুতেই হেঁচা দিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে । জোনমণি ৰাভাকলৈ একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰা বাতৰি আৰু ভূমিকা সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ আব্দুল খালেকে । 

লগতে পঢ়ক: Junmoni Rabha death case: ৰহস্যৰ আৱৰ্তত জোনমণিৰ মৃত্যু; তদন্ত বিচাৰিছে বিভিন্নজনে

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.