Assam District Remerged: জিলা বিলুপ্তিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে তামুলপুৰত আছুৰ প্ৰতিবাদ - AASU protest

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 31, 2022, 8:24 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

দিল্লীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে(Assam cabinet in Delhi) ৰাজ্যৰ চাৰিখনকৈ জিলা বিলুপ্তিকৰণৰ(Assam four district remerged) বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে চাৰি জিলাত জ্বলিছে ক্ষোভৰ জুই ৷ উল্লেখ্য যে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিলুপ্ত কৰা হ’ল বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ জিলা ৷ কেবিনেটৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তামুলপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই(AASU protest against remerged of district) ৷ ৰঙিয়া-তামুলপুৰ সংযোগী পথত শনিবাৰে জুই জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে(All Assam Student Union) ৷ তামুলপুৰ জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰাৰ দাবী আছুৰ ৷ তামুলপুৰৰ ৰাইজৰ বাবে মুখ্যমন্ত্ৰীৰ কেবিনেটে(CM Himanta Biswa Sarma) গ্ৰহণ কৰা সিদ্ধান্তক চূড়ান্ত অপমানজনক বুলি আখ্যা সদৌ অসম ছাত্ৰ সন্থাৰ ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.