উচ্চতৰ মাধ্যমিকৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ মাজুলীৰ এখন বিদ্যালয়

By

Published : Jun 28, 2022, 11:21 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ মাজুলীৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনৰ পৰীক্ষাৰ্থীসকল (Shankardev Higher Secondary Vidya Niketan) ৷ তাৰোপৰি বানিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণৰে মাজুলী জিলাই অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Higher Secondary Result 2022)। বাণিজ্য শাখাৰ লগতে কলা শাখাত 87.04 % আৰু বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আছিল 78.80% । ইফালে অলপতে ঘোষিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দহটা স্থানৰ ভিতৰত স্থান ৰাখিবলৈ সক্ষম হৈছিল শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনৰ এজন ছাত্ৰই । উল্লেখ্য যে, এইবাৰ বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আটাইকেইগৰাকীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৈ কঢ়িয়াই আনিছে গৌৰৱ ‌।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.