কলগাছিয়াত উলহ-মালহেৰে উদযাপন স্বাধীনতা দিৱস - ৭৬ সংখ্যক স্বাধীনতা দিৱস
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16108618-thumbnail-3x2-gfbjhb.jpg)
আজি দেশজুৰি উদযাপন কৰা হৈছে ৭৬ সংখ্যক স্বাধীনতা দিৱস (76th Independence Day Celebration)৷ দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ বৰপেটা জিলাৰ কলগাছিয়াতো মহকুমা ভিত্তিত পূৰ্বৰ দৰে এই বেলিও উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা পৰিলক্ষিত হয় (Independence Day Celebration at Kalgachia)। জ্যোতি ৰাভা নজৰুল সংঘৰ উদ্যোগত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে পতাকা উত্তোলন কৰে ৷ স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মুক্তি যুদ্ধা ৰাম কুমাৰ দাসৰ লগতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম, কলগাছিয়াৰ SCC কেডেট, নৱজ্যোতি মহাবিদ্যালয়ৰ NCC গ্ৰুপৰ লগতে কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল ৷
Last Updated : Feb 3, 2023, 8:26 PM IST