Goat Thieves Caught :পুৰণিগুদামত ভিআইপি ছাগলী চোৰৰ বিলৈ - ছাগলী চুৰিৰ ঘটনা
🎬 Watch Now: Feature Video

ৰাজ্যত বৃদ্ধি পাই আহিছে ছাগলী চুৰিৰ ঘটনা ( Incident of goat theft) ৷ শেহতীয়াকৈ পুৰণিগুদামৰ অন্তৰ্গত কুমাৰ গাঁৱত বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ আহি চাৰিটাকৈ ছাগলী চোৰ ৰাইজৰ হাতত আটক হয় (4 goat thieves caught at Puranigudam) ৷ অৱশ্যে ইয়াৰে এটা ছাগলী চোৰ ৰাইজৰ হাতৰ পৰা পলাই সাৰিবলৈ চেষ্টা কৰে যদিও চামাগুৰিৰ লতাবোৱাত স্থানীয় লোকে আটক কৰিবলৈ সক্ষম হয় ৷
Last Updated : Feb 3, 2023, 8:31 PM IST