Karate training in Rangia: ৰঙিয়াত ৩৭ গৰাকী কিশোৰ কিশোৰীলৈ কাৰাটেৰ Yellow Belt - ৰঙিয়াত ৩৭ গৰাকী কিশোৰ কিশোৰীলৈ ইয়েল্ল বেল্ট
🎬 Watch Now: Feature Video
ৰঙিয়া বড়িগোগত ৩৭ গৰাকী কিশোৰ কিশোৰীক প্ৰদান কৰা হয় ইয়েল্ল' বেল্ট (37 youth get yellow belt in karate in Rangia) । ধুহি বড়িগোগ কাৰাটে একাডেমীৰ পৰা যোৱা এমাহে প্ৰশিক্ষণ লাভ কৰিছিল প্ৰায় ৫০ গৰাকী কিশোৰ কিশোৰীয়ে । তাৰ ভিতৰত ঊত্তীৰ্ণ হৈ ৩৭ গৰাকী কিশোৰ কিশোৰীয়ে লাভ কৰিলে ইয়েল্ল' বেল্ট । বড়িগোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় ইয়েল্ল' বেল্ট । অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক কাৰাটে সন্থাৰ(Assam State Karate Association) যুটীয়া সম্পাদক তথা ৰঙিয়া জিলা কাৰাটে সন্থাৰ একাডেমী সম্পাদক মজাহাৰুল ইছলাম, ধুহি বড়িগোগ কাৰাটে একাডেমীৰ উপদেষ্টা তথা ৰঙিয়া থানাৰ এছ বি ব্ৰাঞ্চৰ বিপুল মেধী, বড়িগোগ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী অনিমা কলিতাকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তিয়ে ।
Last Updated : Feb 3, 2023, 8:38 PM IST