প্ৰচণ্ড গৰমে দহিছে অসমবাসীক - গৰমে দহিছে নগাওঁবাসীক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 7, 2022, 2:02 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

প্ৰচণ্ড গৰমে দহিছে নগাওঁবাসীক ৷ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ পাছত সূৰ্য্যৰ প্ৰচণ্ড তাপত ত্ৰস্তমান জনসাধাৰণ (Sun on the hot Seat)। কলিয়াবৰত ৩৬৹ চেলচিয়াছ উত্তাপত স্তব্ধ প্ৰায় দৈনন্দিন জীৱন (36৹ celsius heat in Kaliabor) । প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ হাতে-হাতে ছাতি কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.