Mishap During Holi in Jorhat: যোৰহাটৰ ভোগদৈ নদীত যুৱকৰ সলিল সমাধি

By

Published : Mar 19, 2022, 5:48 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

ফাকুৱাৰ উল্লাসৰ মাজতে যোৰহাটত অঘটন (Mishap During Holi in Jorhat) ৷ ভোগদৈ নদীত দুই যুৱকৰ সলিল সমাধি (Youths died while bathing after playing holi in bhogdoi river) ৷ ফাকুৱা খেলি আহি ভোগদৈ নদীত গা ধুবলৈ যোৱাৰ যোৱাৰ পিছতে এই ঘটনা সংঘটিত হয় ৷ বৰ্তমানলৈকে দুজন যুৱকৰ মৃতদেহ ভোগদৈ নদীত পোৱা গৈছে ৷ NDRF আৰু SDRFএ ভোগদৈ নদীত উদ্ধাৰ অভিযান চলাই আছে ৷ আনহাতে এই পর্যন্ত কেইজন যুৱকে ভোগদৈত গা ধুবলৈ গৈছিল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.