নুনমাটিত কিশোৰী অপহৰণ কাণ্ডত জড়িত যুৱকক আটক আৰক্ষীৰ - kidnapper arrested in noonmati

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 13, 2022, 9:11 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

এগৰাকী কিশোৰীক অপহৰণ কৰাৰ অপৰাধত নুনমাটি আৰক্ষীৰ জালত পৰিছে এজন যুৱক (Noonmati Kidnap case) । আৰক্ষীয়ে আটক কৰা যুৱক জন হৈছে নুনমাটি থানাৰ অন্তৰ্গত গোপাল নগৰৰ বাসিন্দা ৰমেন বড়ো । আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে ধৃত ৰমেন বড়োই নুনমাটিৰ চূণচালি অঞ্চলৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক যোৱা ৯ এপ্ৰিলত অপহৰণ কৰিছিল । পিছত কিশোৰী গৰাকীৰ পৰিয়ালে দিয়া অভিযোগৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে তদন্ত পক্ৰিয়া আৰম্ভ কৰি শনিবাৰে নুনমাটি গোপাল নগৰৰ এটা ঘৰৰ পৰা অপহৰণকাৰী যুৱক জনৰ লগতে নিৰুদ্দেশ হোৱা কিশোৰী গৰাকীকো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.