thumbnail

By

Published : Mar 28, 2022, 3:28 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

চিত্ৰশিল্পী নীলিম মহন্তক মুকলিৰ আহ্বান মাজুলীৰ মুখাশিল্পীৰ

দেওবাৰে বৃহৎ নদী বান্ধৰ বিৰোধীতাৰে দেৱালত চিত্ৰ অংকন কৰাৰ বাবে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিত্ৰশিল্পী নীলিম মহন্তক (Graffiti Artist Nilim Mahanta arrested By Arunachal Police)৷ ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ, প্ৰক্ৰিয়াৰ সৃষ্টি হৈছে ৷ মাজুলীৰো বিভিন্নজন শিল্পীয়ে নীলিম মহন্তক গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । চিত্ৰশিল্পীগৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ মুখাশিল্পৰ বাবে প্ৰখ্যাত মাজুলীৰ চামগুৰি সত্ৰৰ প্ৰসন্ন গোস্বামীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । শিল্পীৰ স্বাধীনতা খৰ্ব কৰা হৈছে বুলি তেঁও মন্তব্য আগবঢ়ায় । অতি সোনকালে শিল্পীগৰাকীক মুকলি কৰি দিবলৈ মুখাশিল্পী প্ৰসন্ন গোস্বামীয়ে জনাইছে আহ্বান ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.