কাৰ চান্দা প্ৰীতিৰ বাবে গুৱাহাটীবাসীয়ে খোৱা পানী নোপোৱাৰ কথা কৈছে লুৰীণে ?

By

Published : Apr 5, 2022, 9:26 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC election 2022) বাবে ভোট বিচাৰি গৈ মহানগৰবাসীৰ খোৱা পানীৰ সমস্যাৰ কথা উলিয়ালে অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে (AJP president Lurin Jyoti Gogoi) ৷ খোৱা পানীৰ সমস্যাৰ বাবে চান্দাৰ প্ৰসংগ উলিয়ালে অজাপৰ সভাপতি গৰাকীয়ে ৷ মূলত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে এই সন্দৰ্ভত জগৰীয়া কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিলে লুৰীণ জ্যোতি গগৈয়ে ৷
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.