thumbnail

Road accident at Gohpur : গুৰুতৰভাৱে আহত তিনিজন

By

Published : Feb 16, 2022, 8:09 AM IST

Updated : Feb 3, 2023, 8:16 PM IST

গহপুৰ হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(Gohpur road accident)  ৷ এখন দ্ৰুতবেগী অচিনাক্ত ডাম্পাৰে মহতিয়াই নিয়ে গেছ পাইপ লাইনৰ কাম কৰা এখন টেক্টৰ আৰু বন বিভাগৰ বলেৰ গাড়ী । AS 12 X 4939 নম্বৰৰ দুৰ্ঘটনাগ্ৰস্ত বন বিভাগৰ বলেৰ বাহনখনৰ তিনিজন আৰোহী দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয়(Injured in Gohpur road accident) ৷ ইয়াৰে এজন কাজিৰঙাৰ বিশেষ কামাণ্ডো বাহিনীৰ মেজৰ ঋষি সিং বুলি জানিব পৰা গৈছে । ঘটনাৰ পিচতে তিনিওকে ততাতৈয়াকৈ গহপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
Last Updated : Feb 3, 2023, 8:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.