ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত জিলিকিল যোৰহাটৰ ছাত্ৰী - Jorhat girl's name included in India Book of Records
🎬 Watch Now: Feature Video
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নাম অন্তৰ্ভূক্ত কৰিলে যোৰহাটৰ এগৰাকী কিশোৰীয়ে (Jorhat girl's name included in India Book of Records) ৷ উল্লেখ্য যে, 1ঘন্টা 42 মিনিট 34 ছেকেণ্ডত 192 খন দেশৰ ৰাষ্ট্ৰীয় পতাকা এটা গিলাচৰ ওপৰত অংকন কৰি যোৰহাটৰ স্বপ্নালী নেওগে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ৷ যোৰহাট জিলাৰ ৰৰৈয়া ৰঙাই হাবি গাঁৱৰ নিবাসী স্বপ্নালী নেওগৰ এই সাফল্যত উৎফুল্লিত পৰিয়ালৰ লগতে যোৰহাটবাসী ৰাইজ ৷ বৰ্তমান স্নাতকোত্তৰ বর্ষত অধ্যয়নৰত যোৰহাটৰ জীয়ৰি স্বপ্নালী নেওগ ৷
Last Updated : Feb 3, 2023, 8:11 PM IST