thumbnail

প্ৰিয়ংকা ছোপ্ৰায়ে নিজৰ মন্তব্য প্ৰকাশ কৰিব পাৰেঃ ৰাষ্ট্ৰ সংঘ

By

Published : Aug 24, 2019, 3:57 PM IST

প্ৰিয়ংকা ছোপ্ৰায়ে ভাৰতক লৈ নিজৰ ব্যক্তিগত মন্তব্য প্ৰকাশ কৰিব পাৰে ৷ এই কথা প্ৰকাশ কৰে ৰাষ্ট্ৰ সংঘৰ সচিব প্ৰধানৰ মুখপাত্ৰয়ে ৷ তেওঁ কয় যে UNICEFৰ Goodwill Ambassador হিচাপে প্ৰিয়ংকাই যি কথা কয় সেইয়া UNICEFৰ অধিকাৰৰ ভিতৰত পৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.