thumbnail

By

Published : Jun 21, 2020, 9:33 AM IST

ETV Bharat / Videos

দশকজোৰা ভাৰত-চীন সীমান্ত বিবাদ সন্দৰ্ভত জানো আহক...

গলৱান উপত্যকাৰ নিয়ন্ত্ৰণ সীমাৰেখাত ভাৰত-চীনৰ মাজত 2020 বৰ্ষৰ 15 জুনত সংঘটিত ঘটনাটো যোৱা ছয়টা দশকৰ বৃহৎ সংঘৰ্ষ হিচাপে পৰিগণিত হৈছে ৷ সোমবাৰৰ নিশা এজন কৰ্ণেলসহ 20 জনকৈ জোৱানে গলৱানত চীনৰ সৈতে সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল ৷ নতুন দিল্লী আৰু বেইজিঙৰ মাজত সীমান্তৰ সংঘৰ্ষৰ এক দীঘলীয়া ইতিহাস আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.