thumbnail

By

Published : Jul 31, 2020, 4:51 PM IST

ETV Bharat / Videos

হ'ই এনত সামাজিক দূৰত্ব পুনৰ বলৱৎ কৰাৰ পাচৰ ড্ৰণ ফুটেজ

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ভিয়েটনামৰ হ'ই এন অল্ড টাউনত শুকুৰবাৰৰ পুৱাৰ পৰা দুসপ্তাহৰ বাবে পুনৰ বলৱৎ কৰা হ'ল সামাজিক দূৰত্ব ৷ হ'ই এনৰ দাঁতিকাষৰীয়া ডা নাং চহৰত যোৱা সপ্তাহত পুনৰ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ পাচতে গ্ৰহণ কৰা হয় এই ব্যৱস্থা ৷ অল্ড টাউনত বাস কৰা 1,60,000 লোকক ঘৰৰ ভিতৰতে থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে ওলাই গ'লে মাস্ক পৰিধান কৰিবলৈ কোৱা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.