thumbnail

By

Published : Apr 2, 2022, 11:40 AM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

Illegal Saw mill seized at Hojai : হোজাইত জব্দ অবৈধ কাঠফলা মিল

হোজাইৰ লংকা আৰু কাকী আঞ্চলিক বন বিভাগে শনিবাৰে পুৱা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই চলচলিৰ নতুন ব্ল’কৰ পৰা সক্ৰিয় অৱস্থাত থকা এটা অবৈধ কাঠফলা মিল জব্দ কৰে(Illegal Saw mill seized at Hojai) ৷ বন বিভাগে অভিযানৰ সময়ত কেইবা লক্ষাধিক মূল্যৰ কাঠৰ কুণ্ডাও জব্দ কৰে(Illegal timber seized at Hojai) । অৱশ্যে অভিযানৰ সময়ত বন বিভাগৰ লোকে কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল ৷ সম্প্ৰতি কাকী আৰক্ষী থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.