আজিৰে পৰা আৰম্ভ মেট্ৰিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা

By

Published : Mar 15, 2022, 9:04 AM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

দুবছৰীয়া বিৰতিৰ মূৰত আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC Examination 2022)ৰ লগতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ (HSSLC Examination 2022) পৰীক্ষা ৷ অসমৰ মেট্ৰিকৰ ইতিহাসত এইবছৰ অন্তিমবাৰৰ বাবে অনুষ্ঠিত হৈছে মেট্ৰিক পৰীক্ষা ৷ এইবেলি সমগ্ৰ ৰাজ্যৰ প্ৰায় ৯০০ টা পৰীক্ষা কেন্দ্ৰত ৪,৩১,১৩২ গৰাকী শিক্ষাৰ্থী অৱৰ্তীণ হৈছে এই পৰীক্ষাত ৷ শিৱসাগৰ জিলাত ২৯ টা পৰীক্ষা কেন্দ্ৰত ৮,৮৮০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ সাধাৰণতে হাইস্কুলীয়া শিক্ষা জীৱনৰ আবেগ বিজড়িত মেট্ৰিক পৰীক্ষাক লৈ শিক্ষাৰ্থীৰ সমানে অভিভাৱকসকলো কিছু পৰিমাণে শংকিত হৈ পৰিছে ৷ এই সন্দৰ্ভত শিৱসাগৰৰ সাংবাদিক অনন্ত স্মিথে যুগুত কৰা এক প্ৰতিবেদন ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.