ভাৰতীয় ধৰ্মগুৰুৱে ক’লে, অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতা উইল স্মিথে কিয় মাৰিলে এংকৰক ঘোচা

By

Published : Mar 28, 2022, 10:17 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail
অক্সাৰ এৱাৰ্ড 2022 হলীউডৰ অভিনেতা উইল স্মিথৰ(Hollywood Actor Will Smith ) বাবে বিশেষ চৰ্চাত আছে ৷ এইবাৰৰ অস্কাৰত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন কৰা উইল স্মিথে অনুষ্ঠানটোৰ হোষ্ট ক্ৰিছ ৰকক প্ৰহাৰ কৰাৰ দৃশ্য এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে । হলিউড অভিনেতা গৰাকীয়ে তেওঁৰ অভিনয়ৰ বাবে সদায়েই সংবাদ শিৰোনাম দখল কৰি আহিছে ৷ কিন্তু, এইবাৰৰ ঘটনাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ । এনে সময়তে চৰ্চালৈ আহিছে ধৰ্মনগৰী হৰিদ্বাৰৰ এগৰাকী বিশেষ ব্যক্তি (Will Smith Haridwar Connection ) ৷ প্ৰতীক মিশ্ৰপুৰী নামৰ এই লোকজন উইল স্মিথৰ ভাৰতীয় ধৰ্মীয় গুৰু (Astrologer Prateek Mishrapuri) ৷ ETV Bharat ৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত তেওঁ জানিবলৈ দিলে, কিয় হলিউড অভিনেতা গৰাকীয়ে অস্কাৰৰ অনুষ্ঠানত ধাৰণ কৰিলে ৰুদ্ৰমূৰ্তি ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.