বৰপেটাৰ হোটেল প্লাজাৰ পৰা জুৱাৰী আটক - বৰপেটা জুৱাৰী আটক
🎬 Watch Now: Feature Video

বৰপেটা চহৰৰ হোটেলত আৰক্ষীৰ অভিযান ৷ হোটেলৰ পৰা আটক ৬ টাকৈ জুৱাৰী৷ বৰপেটাৰ হোটেল প্লাজাত অভিযান চলাই আৰক্ষীয়ে আটক কৰে জুৱাৰীকেইটা (Gambler arrested in Barpeta)৷ ধৃত জুৱাৰীকেইটা ৱাহিদ আলী, জেহেৰুল ইছলাম, তৈবুৰ ৰহমান, আমিৰ আলী, চইবুল ইছলাম আৰু কাজী ইমৰাণ হুছেইন ৷ জুৱাৰীকেইটাৰ পৰা প্ৰায় ২৩ হাজাৰ নগদ টকা উদ্ধাৰ৷ হোটেল প্লাজাৰ কোঠাত চলি আছিল জুৱা খেল ৷ গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰে জুৱাৰীকেইটা ৷
Last Updated : Feb 3, 2023, 8:19 PM IST