চিকাৰীৰ পৰা বন সংৰক্ষকলৈঃ শুনক বুদ্ধেশ্বৰ বড়োৰ কাহিনী - বনৰক্ষক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 13, 2019, 5:51 PM IST

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ শেৱালী কেম্পত থকা এগৰাকী পৰিৱেশ সংৰক্ষক বুদ্ধেশ্বৰ বড়ো ৷ বড়োৰ নাম শুনিলেই একালত বুকু কপিছিল একাংশ বনকৰ্মীৰ লগতে উদ্যানখনৰ জীৱ-জন্তুৰ ৷ দুৰ্ধৰ্ষ চোৰাং চিকাৰী বড়োৱে চিকাৰ কৰা অৱস্থাতেই হেৰুৱাইছিল নিজৰ এখন হাত ৷ আমি লগ পাইছিলো বড়োক ৷ ইটিভি ভাৰতৰ সাংবাদিক অজিত ৰাভাৰ আগত বড়োৱে প্ৰকাশ কৰিলে নিজৰ জীৱন কাহিনী ৷ চাঁওক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.