ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি

By

Published : Jul 16, 2019, 6:03 PM IST

thumbnail
ৰাজ্যত অপৰিৱৰ্তিত অৱস্থাত বান পৰিস্থিতি । নামনিৰ বজালী, নলবাৰী, কামৰূপ বানত আক্ৰান্ত । পহুমাৰা, পাগলাদিয়া, পুঠিমাৰী, বুঢ়াদিয়াৰ নৈৰ ভয়ংকৰ ৰূপ । উত্তৰ-পূৱ কামৰূপ দূগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ সাহাৰ্য্য প্ৰদান । অৱশ্যে যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস পাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.