Elephant Plays in Water : মাজুলীত হাতীৰ জলকেলিয়ে মুগ্ধ কৰিছে ৰাইজক - হাতী মানুহৰ সংঘাত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 25, 2022, 11:00 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

হাতী-মানুহৰ সংঘাত(Man Elephant conflict in Majuli) অব্য়াহত থকাৰ মাজতেই মাজুলীত ব্ৰহ্মপুত্ৰত এজাক বন্যহস্তীৰ জলকেলিৰ (Elephant playing in water of Brahmaputra) নয়নাভিৰাম দৃশ্য় উপভোগ কৰিলে ৰাইজে । এফালে ৰং তামাছাত ব্যস্ত এজাক বন্যহস্তী আৰু আনফালে আকৌ হস্তীকেলি উপভোগ কৰিবলৈ ভিৰ গঞা ৰাইজৰ । মাজুলীত ১৫০টা বন্যহস্তী থকা এটা জাকে মুক্ত (Elephant terror in Majuli) বিচৰণ কৰি থকাৰ মাজতে এই দৃশ্য়টো দেখা গ'ল । হাতীৰ জাকটোত আছে কেইবাটাও পোৱালী । শালমৰা গাঁৱৰ সমীপৰ ৰিজাৰ্ভত অৱস্থান কৰিছে এই হাতীৰ জাকটোৱে । সোমবাৰে স্থানীয় গাঁওবাসীয়ে উপভোগ কৰিলে হাতীৰ জলকেলি । ইপিনে, পূব মাজুলীৰ কেইবাখনো গাঁৱত নিশা উপদ্ৰপ চলাই আহিছে এই হাতীৰ জাকটোৱে । বন বিভাগে হাতীৰ জাকটো জনাঞ্চলৰ পৰা খেদিবলৈ চেষ্টা চলাইছে যদিও সফল হোৱা নাই ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.