MLA Vinod Hazarika criticised Congress: ভূপেন বৰাৰ কবিতাক অৰ্থহীন আখ্যা বিনোদ হাজৰিকাৰ

By

Published : Dec 10, 2022, 5:08 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
ভাৰত জোড়ো যাত্ৰাক (Poem on Bharat Jodo) লৈ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ নেতা সকলে কৰা সমালোচনাক প্ৰত্য়ুত্তৰ দিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লিখিছিল এটা কবিতা (Poem of APCC president) । এই কবিতাটো ৰাজহুৱা হোৱাৰ পাছতে ভূপেন বৰাক এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসকীয় দলৰ মন্ত্ৰী -বিধায়কসকলে । ভূপেন বৰাৰ কবিতাক অৰ্থহীন আখ্যা দিলে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই (MLA Vinod Hazarika critecised Bhupen Bora)। বিধায়কগৰাকীয়ে ভূপেন বৰাক কবিতা লিখাতকৈ ৰাইজৰ ওচৰলৈ গৈ দলীয় কাম কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । লগতে বিধায়কগৰাকীয়ে কয়," ভাৰত জোড়ো যাত্ৰা কৰি কংগ্ৰেছৰ কোনোধৰণৰ লাভ নহয় । ৰাজপথত ভাৰত জোড়ো যাত্ৰা কৰিলে ৰাইজৰ কাষলৈ যাব নোৱাৰে কংগ্ৰেছে ।" ইয়াৰ পৰিৱৰ্তে তেওঁ চাহ বাগিচা অঞ্চলত গৈ ৰাইজৰ মনৰ কথা বুজ ল'লেহে কংগ্ৰেছৰ লাভ হ'ব বুলি কয় ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.