PDS Rice Destroyed at Manikpur: খাদ্য সুৰক্ষাৰ ৩৪৮৪ কিলো চাউল পুতিলে প্ৰসাশনে

By

Published : Oct 23, 2022, 4:24 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানা (Manikpur Police Station)চৌহদত দেওবাৰে খাদ্য সুৰক্ষাৰ ৩৪৮৪ কিলোগ্ৰাম চাউল (PDS rice burried at Manikpur) পুতি থয় প্ৰসাশনে (Administration buried rice at Manikpur)। উল্লেখ্য যে যোৱা ২০২১ চনত খাদ্য সুৰক্ষাৰ চাউলখিনি চোৰাংকৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিছিল । জব্দ কৰা চাউলখিনি মাণিকপুৰ আৰক্ষী থানাত মজুত ৰাখিছিল । ইয়াৰ পিছতে চাউলসমুহ খোৱাৰ বাবে অনুপযোগী হোৱাৰ বাবে জিলা উপায়ুক্তৰ নিৰ্দেশ মতে চাউলখিনি মাটিৰ তলত পুতি থোৱা হয় । মাণিকপুৰ ৰাজহ চক্ৰৰ বিষয়া ৰিতীমনি দাস,বঙাইগাঁও জিলা খাদ্য সুৰক্ষা বিষয়াৰ উপস্থিতিত এইখিনি চাউল মাটিত পুতি থোৱা হয় ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.