Grilled Vegetable Sandwich: চেণ্ডউইচ বনোৱাৰ এটা সহজ ৰেচিপি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 21, 2022, 5:45 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

বিভিন্ন প্ৰকাৰৰ চেণ্ডউইচ সদায়ে জনপ্ৰিয় খাদ্য হিচাপে পৰিগণিত হৈ আহিছে । খাদ্য প্ৰস্তুত কৰিবলৈ মন ন’গলে কেতিয়াবা আপুনি চেণ্ডউইচ ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰতো গ্ৰহণ কৰিব পাৰে ৷ আপোনালোকলৈ এনে এটা চেণ্ডউইচ ৰেচিপি আগবঢ়াইছো যিটো হৈছে ভাৰতৰ আটাইতকৈ পছন্দৰ চেণ্ডউইচ, সেইয়া হৈছে ভেজ চেণ্ডউইচ । এই চেণ্ডউইচ তৈয়াৰ কৰাৰ আটাইতকৈ সহজ উপায় হৈছে সিজোৱা আলু, কটা ধনিয়া আৰু ভাৰতীয় মচলাযুক্ত পিঁয়াজৰ মিশ্ৰণ । আপুনি অধিক সুস্বাদু কৰিবলৈ ইয়াত অধিক পাচলি যোগ দিব পাৰে । লগত সতেজ সেউজীয়া চাটনি প্ৰস্তুত কৰি এই চেণ্ডউইচ আপোনালোকে সেৱন কৰিব পাৰে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.