Fire breakout in Guwahati: গুৱাহাটীৰ আঠগাঁৱত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Oct 29, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail
মহানগৰীৰ আঠগাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে(Fire breakout in Guwahati) ৷ শনিবাৰে নিশা প্ৰায় 7.30 বজাত আঠগাঁৱৰ টকৌবাৰীৰ কালী মন্দিৰৰ সমীপৰ গুদাম এটাত সংঘটিত হৈছে এই অগ্নিকাণ্ড । প্লাষ্টিকৰ সামগ্ৰী ৰখা গুদামটোৰ পৰা সূত্ৰপাত হোৱা জুইয়ে গুদামটোৰ লগতে দিলীপ শৰ্মা নামৰ লোকজন বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত কৰে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ এই মূহুৰ্তলৈকে জানিব পৰা হোৱা নাই ৷ ঘটনাস্থলীত ৮ খনকৈ অগ্নিনিৰ্বাপন বাহন উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.