আপোনাৰ স্বাস্থ্যক পুষ্টি প্ৰদান কৰক এই পোলাও সেৱনেৰে - আপোনাৰ স্বাস্থ্যক পুষ্টি প্ৰদান কৰক এই পোলাও সেৱনেৰে

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 30, 2020, 7:16 PM IST

মাহজাতীয় সামগ্ৰী ব্যৱহাৰেৰে আপুনি তৈয়াৰ কৰা পোলাওক অধিক স্বাস্থ্যকৰ কৰি তোলাৰ সহজ উপায় ৷ প্ৰ'টিন হৈছে এনে এক উপাদান, যি আপোনাৰ দেহত প্ৰতিৰক্ষাৰ ভিন্ন উপাদান সঞ্চাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ যদিও আমি প্ৰ'টিনৰ গুৰুত্ব সম্পৰ্কে জানো, তথাপিও আমি প্ৰ'টিন সেৱনৰ পৰা বহু সময়ত বিৰতও থাকো ৷ মগুত কেল'ৰি কম পৰিমাণে থকাৰ লগতে, এনজাইম আৰু অন্য পুষ্টিকৰ সামগ্ৰী ভৰপূৰ হৈ থাকে ৷ যাক ভৰসা কৰাতো আপোনাৰ স্বাস্থ্যৰ পক্ষে এক পুষ্টিকৰ বিকল্প ৷ পুষ্টিকৰ উপাদানেৰে ভৰা এই পোলাওৰ ৰেচিপি আপুনিও তৈয়াৰ কৰিবলৈ চেষ্টা কৰক আৰু আমাৰ লগতো আপোনাৰ প্ৰতিক্ৰিয়া শ্বেয়াৰ কৰক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.