ভুৱা মাৰ্কশ্বীট দাখিলেৰে পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ল নেকি অগপ নেতা ?

By

Published : Mar 20, 2022, 7:55 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail
নিৰ্বাচন আয়োগৰ ওচৰত ভুৱা মাৰ্কশ্বীট জমা দি পৌৰসভাৰ সদস্য হোৱাৰ অভিযোগ যোৰহাটৰ ৰঞ্জিত শইকীয়া (Fake marksheet submitted by Jorhat municipal board member)৷ যোৰহাট পৌৰসভাৰ 5 নং ৱাৰ্ডৰ পৰা পৌৰ সদস্য অগপৰ ৰঞ্জিত শইকীয়াই দাখিল কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ১৯৯২ বৰ্ষৰ পৰীক্ষাৰ মাৰ্কশ্বীটখনৰ ৰোল নম্বৰ আছিল ৪৯৬-১০২৫ আৰু পঞ্জীয়ণ নম্বৰ আছিল ১১৪৩৮ ৷ পোহৰলৈ অহা তথ্য অনুসৰি, সেই বৰ্ষত সেই ৰোল নম্বৰ আৰু পঞ্জীয়ন নম্বৰৰ কোনো পৰীক্ষাৰ্থী নাছিল ৷ সবিশেষ তথ্য ফাদিল হৈছে তথ্য জনা আইনৰ অধীনত ৷ এই সন্দৰ্ভত জয়ী প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে সংবাদ মেল সম্বোধন কৰে কংগ্ৰেছে ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.