thumbnail

By

Published : Aug 16, 2022, 1:08 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

হায়দৰাবাদত ভিণ্টেজ বাহনৰ প্ৰদৰ্শনী

স্বাধীনতাৰ ৭৬ বছৰ উদযাপনৰ অংশ হিচাপে হায়দৰাবাদ চহৰত ভিণ্টেজ বাহনৰ প্ৰদৰ্শন কৰা হয়(vintage cars buzzed in Hyderabad)। উল্লেখ্য় যে এবিডছৰ চেৰমাছ গ্ৰুপৰ(Chermas Groups in Abids)গৰাকী কেপ্টেইন কেএফ পেষ্টনজীয়ে(national car racer Capt KF Pestonji)তেওঁৰ ভিণ্টেজ বাহন সংগ্ৰহৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰে । ১৯৩১ চনৰ পৰা ক্ৰয় কৰা বেঞ্জ আৰু ৰোলছ ৰয়েছ কোম্পানীৰ গাড়ী আৰু বুলেট বাইক এবিদচত(Benz and Rolls Royce companies)তেওঁৰ ঘৰৰ সন্মুখত প্ৰদৰ্শন কৰা হয় । এই প্ৰদৰ্শনীত বাহন সমূহৰ সৈতে ফটো তুলিবলৈ ৰাইজে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । উল্লেখ্য় যে এগৰাকী ৰাষ্ট্ৰীয় কাৰ ৰেচাৰ হোৱা বাবে তেওঁ ভিণ্টেজ গাড়ীসমূহ ক্ৰয় কৰিছিল । এই প্ৰসংগত তেওঁ কয় যে এই প্ৰদৰ্শনীখন স্বাধীনতা উদযাপনৰ ৭৫ বছৰৰ অংশ হিচাপে আয়োজন কৰিছে । এই গাড়ীবোৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে পুৰণি দৃশ্যৰ দৃশ্যগ্ৰহণৰ বাবে ব্যৱহাৰ কৰি আহিছে বুলিও কেপ্টেইন কে এফ পেষ্টনজীয়ে উল্লেখ কৰে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.