Har Ghar Tiranga Bike Rally: নলবাৰীত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে বাইক ৰেলী - নলবাৰীত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16051601-thumbnail-3x2-mnb.jpg)
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী (75th Independence Day) । দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী (Har Ghar Tiranga Abhiyan) সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সোমবাৰে নলবাৰী চহৰত নলবাৰী জিলা সমবায় বিভাগৰ উদ্যোগত এক বিশাল মটৰ চাইকেল ৰেলী আয়োজন কৰে (Har Ghar Tiranga bike rally in Nalbari ) । এই মটৰ চাইকেল ৰেলী নলবাৰী চহৰৰ মাজেৰে গৈ শেষত সমবায় বিভাগৰ কাৰ্যালয়ত উপস্থিত হয় । এই কাৰ্যসূচীৰ জৰিয়তে সমবায় বিভাগৰ লোকসকলে এই কাৰ্যসূচী সফল কৰিবলৈ সকলো জনতাক আহ্বান জনায় ।
Last Updated : Feb 3, 2023, 8:26 PM IST