thumbnail

By

Published : Mar 27, 2022, 9:17 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

চামগুৰিত হাতীৰ আক্ৰমণত শিশুসহ আহত দুজন

চামগুৰিৰ সুতাৰ-ডেকাচুঁকত হাতীৰ আক্ৰমণত শিশুসহ আহত দুজন (Elephant attack at Samaguri)। হাতীৰ আক্ৰমণত ফজৰ আলী নামৰ লোকজনৰ লগতে ফজৰৰ কোলাত থকা দুমহীয়া এটি কেঁচুৱাও আহত হয় । পোৱালিসহ এজনী মাখুন্দী দুজন মাউতে অঞ্চলটোত পৰিভ্ৰমণ কৰাই থাকোতেই দুৰ্ঘটনাটো সংঘটিত হয়৷ হাতী অহাৰ উমান পাই কেঁচুৱাসহ ফজৰ আলী ৰৈছিলগৈ ঘৰৰ সন্মুখৰে পথৰ দাঁতিত । ঘটনাটো সংঘটিত কৰিয়েই পোৱালিসহ হাতীজনী লৈ ঠাইখনৰ পৰা পলায়ন কৰে মাউতদ্বয়ে । ঘটনা সন্দৰ্ভত খাটোৱাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ফজৰৰ পৰিয়ালে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.