thumbnail

By

Published : Mar 5, 2022, 11:58 AM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / Videos

Assam Municipal Election 2022 : তিতাবৰত ভোটকেন্দ্ৰলৈ ৰাওনা পুলিং-প্ৰিজাইডিং বিষয়া

6 মাৰ্চ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভা নিৰ্বাচন (Assam municipal election 2022) ৷ যাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে তিতাবৰ মহকুমা প্ৰশাসনৰ লগতে তিতাবৰ জিলা নিৰ্বাচনী কাৰ্যালয় (Municipal election preparation at Titabor) ৷ জানিব পৰা মতে, ইতিমধ্যে তিতাবৰ পৌৰসভাৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ ১৬ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰিজাইডিং, পুলিং বিষয়াসকলে EVM ৰ লগতে যাৱতীয় নথি-পত্ৰ লৈ ৰাওনা হৈছে ৷ উল্লেখ্য যে, তিতাবৰ পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ৩২ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৪,০২৯ গৰাকীৰ ভোটাৰে ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.