Pijush Hazarika in Sivasagar: লুৰিণজ্যোতি গগৈ বলিৰ পঠা হ’ল: পিযুষ হাজৰিকা - Congress has cleverly eliminated AJP

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 23, 2022, 8:16 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

শিৱসাগৰ চহৰৰ উন্নয়নত স্থৱিৰতা আছে ৷ পৌৰসভাখনৰ বিগত কাৰ্যকালত যথেষ্ট টকা অনুমোদিত হৈছিল যদিও উন্নতি নোহোৱাৰ কাৰণ 15 বছৰৰ আগৰ শাসক আৰু শিৱসাগৰৰ বৰ্তমানৰ বিধায়ক ৷ শিৱসাগৰত উপস্থিত হৈ মন্ত্ৰী পিযুষ হাজৰিকাই ক’লে এনেদৰে (Pijush Hazarika in Sivasagar) ৷ ইয়াৰোপৰি অসম জাতীয় পৰিষদৰ সন্দৰ্ভতো মন্তব্য দিলে মন্ত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছে অতি কৌশলেৰে অজাপক নিঃশেষ কৰাৰ চক্ৰান্ত কৰা বুলি মন্তব্য দিলে পিযুষ হাজৰিকাই ৷ লগতে ভূপেন বৰাৰ বিৰুদ্ধেও সংবাদ মাধ্যমৰ সন্মুখত ৰাখিলে মন্তব্য ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.