বানৰ সন্ত্ৰাসঃ বিধায়কৰ বাহনত বন্যহস্তীৰ আক্ৰমণ - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3868154-thumbnail-3x2-0.jpg)
বন্যহস্তীৰ আক্ৰমণত ক্ষতিগ্ৰস্থ হয় অগপ নেতা তথা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ বাহন ৷ বুধবাৰে তেজপুৰ চহৰত দুটাকৈ বন্য়হস্তীয়ে আক্ৰমণ কৰে বিধায়ক গোস্বামীৰ বাহনত ৷ আনহাতে বন্যহস্তীৰ আক্ৰমণৰ পিচতেই স্থানীয় প্ৰশাসনে বন্ধ কৰি দিয়ে অগ্নিগড় পাৰ্ক ৷